Recent in Technology

গণ আন্দোলনৰ উত্থান(L-16) Important-Additional Q/A

Class-XII(12)/Political Science[Notes][Solutions][Free Learning Online][in Assamese][গণ আন্দোলনৰ উত্থান][Part B][additional Q/A


গণ আন্দোলনৰ উত্থান(L-16) Important-Additional Q/A



(ক) অতি চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ১ নম্বৰকৈ):


প্রশ্ন ১ : সর্বভাৰতীয় কিশান সভা কোন চনত স্থাপিত হৈছিল ?
উত্তৰ : ১৯৩৬ চনত।

প্রশ্ন ২ : ভাৰতীয় কিশান সংঘৰ নেতা কোন?
উত্তৰ : চৌধাৰী চৰণ সিং। 

প্রশ্ন ৩ : শেথকাৰী সংগঠন কোনখন ৰাজ্যত ?
উত্তৰ : মহাৰাষ্ট্র। 

প্রশ্ন ৪ : নর্মদা বচাওঁ আন্দোলনক কোনে নেতৃত্ব দিছিল? 
উত্তৰ : মেধা পাটকাৰে।

প্রশ্ন ৫ : ভাৰতত কৃষক বিদ্রোহ কেতিয়া আৰম্ভ হৈছিল ?
উওৰ : ১৭৮৩ চনত।

প্রশ্ন ৬ : চিপকো আন্দোলন কি?
উত্তৰ : গছ-গছনি আৰু প্রাকৃতিক পৰিৱেশ সংৰক্ষণৰ বাবে উত্তৰাখণ্ডত গঢ় লৈ উঠা এটা গণ আন্দোলন।

প্রশ্ন ৭ : নর্মদা বচাও আন্দোলন কি ?
উত্তৰ : নর্মদা নদীত বৃহৎ নদীবান্ধ বিৰােধী এটা সামাজিক আৰু গণ আন্দোলন হ’ল নর্মদা বচাও আন্দোলন।

প্রশ্ন ৮ : খালী ঠাই পূৰ কৰা : 

(ক) __ ৰাজ্যত চিপকো আন্দোলন আৰম্ভ হৈছিল ?
উত্তৰ : উত্তৰাখণ্ড।

(খ) __ নদীৰ ওপৰত চৰ্দাৰ সৰােবৰ প্রকল্প তৈয়াৰ কৰা হৈছে।
উত্তৰ : নর্মদা নদী।

(গ) তথ্য জনাৰ অধিকাৰ বিলখন ২০০৪ চনত সংসদত গৃহীত হয় আৰু __ চনত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল।
উত্তৰ : ২০১৫ চনত


(খ) চমু প্রশ্নোত্তৰ : (প্রত্যেকটোত ২ নম্বৰকৈ):


প্রশ্ন ১ : __ নামৰ এটা আন্দোলনে নর্মদা নদীৰ ওপৰত বান্ধ __ নিৰ্মাণৰ বিৰােধিতা কৰিছিল।
উত্তৰ : নর্মদা বচাও আন্দোলন আৰু চৰ্দাৰ সৰােবৰ বান্ধ। 

প্রশ্ন ২ : ড বি আৰ আগেকাৰ __ সম্প্রদায়ৰ লােক আছিল
উত্তৰ : হৰিজন ।

প্রশ্ন ৩ : ভাৰতৰ সংবিধানে __ ব্যৱস্থা প্রচলন __ কৰিছে।
উত্তৰঃ অস্পৃশ্যতা, নিষিদ্ধ। 

প্রশ্ন ৪ঃ গছ কটাৰ প্রতিবাদ কৰিবলৈ চিপকো আন্দোলন আছিল এটা __ । 
উত্তৰ : পৰিৱেশ সংৰক্ষণকাৰী আন্দোলন।

প্রশ্ন ৫:  আৰাক বিৰােধী আন্দোলনক হিচাপে __ বিবেচনা কৰা হয়। 
উত্তৰ : সামাজিক আন্দোলন।


Class 12 / Part-A : সমকালীন বিশ্ব ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ




Class 12 /Part-B : স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ





Class-XII Political Science(Additional Q/A)






Class-XII Political Science(Additional Q/A Papers)



Post a Comment

0 Comments

People

Ad Code