Recent in Technology

class 11 assamese question answer | একাদশ শ্ৰেণী | 2023 👇

Higher Secondary 1st Year Advance Assamese Question & Answer Solutions | Assam HS 1st Year Advance Assamese Questions Assam | Advanced Class 11 2023

It can be very helpful to learn Class 11 Advanced Assamese Question and Answer - 2023


Table of Content :



class 11 assamese question answer | একাদশ শ্ৰেণী | 2023 👇




কুশল কোঁৱৰ class 11 question answer | একাদশ শ্ৰেণী অসমীয়া |HS First Year Assamese

=

কুশল কোঁৱৰ' নাটকখন কেইটা দৰ্শনত শেষ হৈছে?

১১ টা দৰ্শনত শেষ হৈছে


কুশল কোঁৱৰ নাটকৰ ৰচয়িতাগৰাকীৰ চমু পৰিচয় আগবঢ়োৱাঁ

চৈধ্য বছৰ বয়সতে তেওঁ ওজাপালি অনুষ্ঠান এটিত ওজাপালি দলক মাৰপিট কৰা দাৰােগা এজনৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লৈ ভাঙি পেলাইছিল। 

=
আকৌ এবাৰ তেওঁ উইলচন নামৰ ইংৰাজ বিষয়া এজনক জোতাৰে মাৰিবলৈ উদ্ধত হৈছিল। 

১৯২১ চনত হােৱা অসহযােগ আন্দোলনতাে তেওঁ গান্ধীজীক গুৰু মানি দেশসেৱাত আত্মনিয়ােগ কৰে।

কুশল কোঁৱৰ আছিল অসমৰ এজন স্বাধীনতা বিপ্লৱী। নাট্যকাৰ উত্তম বৰুৱাই ৰচনা কৰা ‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ প্রধান চৰিত্ৰ হৈছে কুশল কোৱাৰ। 

নাটক্যকাৰে কুশল কোঁৱৰক এজন প্রকৃত স্বদেশপ্রেমিক,গান্ধীবাদী আদর্শ বিপ্লৱী হিচাপে চিত্রিত কৰিছে। ল’ৰালি কালৰ পৰাই কুশল কোঁৱৰ অতি সাহসী আৰু স্পষ্টবাদী আছিল।

=
আইন অমান্য আন্দোলনৰ সময়ত দেউতাকে তেওঁক আন্দোলনত যােগ নিদি লিখা-পঢ়াত মনােযােগ দিবলৈ কোৱাত কুশল কোঁৱৰে কৈছিল: মই অসহযােগ আন্দোলনত যােগ দিম।কংগ্ৰেছত আমি ছাত্ৰসকলে নাম লিখিছোঁ। মােৰ মনত মহাত্মা এগৰাকী বিৰাট পুৰুষ। 

তেখেত মােৰ গুৰু। উক্ত কথাষাৰে প্রমাণ কৰে তেওঁ পৰিপূৰ্ণভাৱেই এজন গান্ধীবাদী বিপ্লবী আছিল।



কুশল কোঁৱৰ কাৰ আজোনাতি?

সোমধৰ কোঁৱৰৰ।


কুশল কোঁৱৰ নাটকৰ পটভূমি কি?

নাটক্যকাৰে কুশল কোঁৱৰক এজন প্রকৃত স্বদেশপ্রেমিক,গান্ধীবাদী আদর্শ বিপ্লৱী হিচাপে চিত্রিত কৰিছে। ল’ৰালি কালৰ পৰাই কুশল কোঁৱৰ অতি সাহসী আৰু স্পষ্টবাদী আছিল। ‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ প্রধান চৰিত্ৰ হৈছে কুশল কোঁৱৰ।

Post a Comment

0 Comments

People

Ad Code