Recent in Technology

শীতল যুদ্ধ 2023


শীতল যুদ্ধ 2023



শীতল যুদ্ধ কাৰণ

(১) পুঁজিবাদী আমেৰিকা আৰু সমাজতান্ত্ৰিক ছোভিয়েট ৰাছিয়াৰ মাজত যুদ্ধ। (২) দুয়োটা মহাশক্তিৰ আধিপত্য স্থাপনক লৈ হোৱা যুঁজ। (৩) পাৰমাণৱিক অস্ত্ৰ উৎপাদনত প্ৰতিযোগিতা। read more

শীতল যুদ্ধ বুলিলে কি বুজায়

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত নতুনকৈ উদীয়মান হোৱা দুয়োখন মহাশক্তি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ যুদ্ধক শীতল যুদ্ধ বুলি কোৱা হয়।


শীতল যুদ্ধ কাৰ কাৰ মাজত হৈছিল

আমেৰিকা ৰাছিয়া মাজত হৈছিল ৷

Post a Comment

0 Comments

People

Ad Code